অসম

assam

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

By

Published : Sep 5, 2020, 7:41 AM IST

আজি পৰীক্ষণমূলকভাৱে মুকলি কৰা হ'ব ভাৰত-বাংলাদেশ জলপথ সেৱা ৷ আজিৰ পৰা GoAir য়ে সংলগ্ন কৰিব 100 খন নতুন ঘৰুৱা বিমান ৷ আজিৰ পৰা পণ্ডিচেৰীৰ অসুৰক্ষিত জনসাধাৰণৰ মাজত ক'ভিড-19 পৰীক্ষণ ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

1. আজি পৰীক্ষণমূলকভাৱে মুকলি কৰা হ'ব ভাৰত-বাংলাদেশ জলপথ সেৱা

ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ সংলগ্ন চোনামোৰা-দৌদকান্দি অন্তৰ্দেশীয় জলপথ আজি পৰীক্ষণমূলকভাৱে মুকলি কৰা হ'ব ৷ গোমতী নদীৰ জৰিয়তে এই আন্তৰাষ্ট্ৰীয় জলপথ সংলগ্ন কৰা হ'ব ৷ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই সম্পৰ্কে জানিবলৈ দিয়ে ৷

আজি পৰীক্ষণমূলকভাৱে মুকলি কৰা হ'ব ভাৰত-বাংলাদেশ জলপথ

2. আজিৰ পৰা GoAir য়ে সংলগ্ন কৰিব 100 খন নতুন ঘৰুৱা বিমান

এয়াৰলাইন GoAir য়ে শুকুৰবাৰে জানিবলৈ দিয়ে যে, বিমান প্ৰতিষ্ঠানটোৱে আজিৰ পৰা 100 খন নতুন বিমান সংলগ্ন কৰিব ৷ ইয়াৰ জৰিয়তে এই বিমানসমূহে মুম্বাই, দিল্লী, বাংগালুৰু, চেন্নাই, আহমেদাবাদ, হাইদৰাবাদ, কলকাতা, পুনে, লক্ষ্নৌ, নাগপুৰ, বাৰাণসী, জয়পুৰ, পাটনা, ৰাঁচী, গুৱাহাটী, চণ্ডীগড়, শ্ৰীনগৰ, লেহ আৰু জম্মুক সংলগ্ন কৰিব ৷

আজিৰ পৰা GoAir য়ে সংলগ্ন কৰিব 100 খন নতুন ঘৰুৱা বিমান

3. আজিৰ পৰা পণ্ডিচেৰীৰ অসুৰক্ষিত জনসাধাৰণৰ মাজত ক'ভিড-19 পৰীক্ষণ

পণ্ডিচেৰীৰ স্বাস্থ্যমন্ত্ৰী মাল্লাড়ী কৃষ্ণা ৰাওয়ে জনালে, কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ অসুৰক্ষিত জনসাধাৰণৰ প্ৰতি ঘৰতে আজিৰ পৰা কৰা হ'ব ক'ভিড-19 ৰ পৰীক্ষণ ৷

আজিৰ পৰা পণ্ডিচেৰীৰ অসুৰক্ষিত জনসাধাৰণৰ মাজত ক'ভিড-19 পৰীক্ষণ

ABOUT THE AUTHOR

...view details