অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি - আজিৰ পৰা পঞ্জাৱত জাৰি কৰা হ'ব সান্ধ্য আইন

আজিৰ বাবে মুম্বাই আৰু পালঘৰত IMD ৰ য়েল্লো এলাৰ্ট হ্ৰাস ৷ আজিৰ পৰা পঞ্জাৱত জাৰি কৰা হ'ব সান্ধ্য আইন ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

By

Published : Aug 21, 2020, 7:34 AM IST

1. আজিৰ বাবে মুম্বাই আৰু পালঘৰত IMD ৰ য়েল্লো এলাৰ্ট হ্ৰাস

বতৰ বিজ্ঞান কেন্দ্ৰই মুম্বাই আৰু পালঘৰত আজিৰ বাবে হ্ৰাস কৰিছে য়েল্লো এলাৰ্ট (Yellow alert) ৷ মু্ম্বাই আৰু ইয়াৰ চুবুৰীয়া থানেত আজি বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷

মুম্বাই আৰু পালঘৰত IMD ৰ য়েল্লো এলাৰ্ট হ্ৰাস

2. আজিৰ পৰা পঞ্জাৱত জাৰি কৰা হ'ব সান্ধ্য আইন

কৰ'ণা ভাইৰাছৰ ঘটনা দিনক দিনক বৃদ্ধি পোৱাৰ ফলত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে ৷ সেই অনুসৰি, ৰাজ্যখনত সপ্তাহৰ শেষত লকডাউনৰ লগতে সন্ধিয়া 7 বজাৰ পৰা পুৱা 5 বজালৈ চহৰ আৰু নগৰসমূহত জাৰি কৰা হ'ব সান্ধ্য আইন ৷

পঞ্জাৱত জাৰি কৰা হ'ব সান্ধ্য আইন

লগতে পঢ়ক :ইছৰোৰ ব্যক্তিগতকৰণ কৰা নহয়ঃ কে. শিবান

ABOUT THE AUTHOR

...view details