অসম

assam

ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাৰ নৱতম সংযোজন 8 খনকৈ আপাচী যুদ্ধবিমান

ভাৰতীয় বায়ুসেনাৰ শক্তিক দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুন সংযোজন কৰা হ'ল 8 খনকৈ আপাচী যুদ্ধবিমানৰ ৷ পাঠানকোট এয়াৰফ'ৰ্ছ ষ্টেশ্বনত এই কথা ঘোষণা কৰিলে ভাৰতীয় বায়ু সেনা বিভাগে ৷ আপাচী AH - 64 E হৈছে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পৰা বিশ্বৰ শক্তিশালী যুদ্ধবিমান সমূহৰ অন্যতম ৷

By

Published : Sep 3, 2019, 2:52 PM IST

ভাৰতীয় বায়ুসেনাৰ নৱতম সংযোজন 8 খনকৈ আপাচী যুদ্ধবিমান

নেশ্বনেল ডেস্ক, 3 ছেপ্তেম্বৰ : ভাৰতীয় বায়ুসেনাৰ শক্তিক দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুন সংযোজন কৰা হ'ল 8 খনকৈ আপাচী যুদ্ধবিমানৰ ৷ পাঠানকোট এয়াৰফ'ৰ্ছ ষ্টেশ্বনত এই কথা ঘোষণা কৰিলে ভাৰতীয় বায়ু সেনা বিভাগে ৷ এই অনুষ্ঠানত উপস্থিত থাকে এয়াৰ চীফ মাৰ্শ্বাল বি. এছ. ধনোৱা ৷ উল্লেখ্য যে, আপাচী AH - 64 E হৈছে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পৰা বিশ্বৰ শক্তিশালী যুদ্ধবিমান সমূহৰ অন্যতম ৷

ভাৰতীয় বায়ুসেনাৰ নৱতম সংযোজন 8 খনকৈ আপাচী যুদ্ধবিমান

উল্লেখ্য যে, ভাৰতীয় বায়ুসেনাই 2015 চনৰ ছেপ্তেম্বৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰ আৰু বয়িং লিমিটেডৰ সৈতে 22 খনকৈ আপাচী হেলিকপ্তাৰৰ বাবে বহু আৰব ডলাৰৰ চুক্তি স্বাক্ষৰিত কৰি থৈছিল ৷

ABOUT THE AUTHOR

...view details