অসম

assam

ETV Bharat / bharat

হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডত জড়িত চাৰিজন মূল অভিযুক্তক এনকাউন্টাৰ - hyderabad rape accused encounter

hyderabad rape accused got encountered
হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডত জড়িত চাৰিজন মূল অভিযুক্তক এনকাউন্টাৰ

By

Published : Dec 6, 2019, 7:49 AM IST

Updated : Dec 6, 2019, 8:36 AM IST

07:43 December 06

হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডত জড়িত চাৰিজন মূল অভিযুক্তক এনকাউন্টাৰ

হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডত জড়িত চাৰি অভিযুক্তক এনকাউন্টাৰ

হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডত জড়িত চাৰিজন মূল অভিযুক্তক এনকাউন্টাৰ ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলিত প্ৰান গ’ল আটাইকেইজনৰ ৷ 

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চাৰি অভিযুক্তক শুকুৰবাৰে পুৱাৰ ভাগতে তদন্তৰ বাবে হত্যাকাণ্ডস্থলীলৈ লৈ যোৱা হয় ৷ ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰা সময়তেই আৰক্ষীয়ে গুলিচালনা কৰে ৷ সমগ্ৰ ঘটনা 44 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ৷ 

অসুৰক্ষিত হায়দৰাবাদ: শ্বামছাবাদত আকৌ উদ্ধাৰ মহিলাৰ গলিত মৃতদেহ

হায়দৰাবাদ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Last Updated : Dec 6, 2019, 8:36 AM IST

ABOUT THE AUTHOR

...view details