অসম

assam

ETV Bharat / bharat

হায়দৰাবাদ আৰক্ষীয়ে কিশোৰসহ আটক কৰে 9 জনীয়া ডকাইটৰ দল

একেদিনাই 3 ঠাইৰ পৰা হায়দৰাবাদ আৰক্ষীয়ে 9 জনীয়া ডকাইটৰ দলসহ 2 জন লোকক সোণ চুৰিৰ অভিযোগত আটক কৰে ৷ আটকাধীন অভিযুক্ত কেইজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ আ-অলংকাৰ জব্দ কৰে ৷

By

Published : Apr 23, 2019, 9:55 AM IST

হায়দৰাবাদ আৰক্ষীয়ে কিশোৰ সহ উৎসাৎ কৰে 9 জনীয়া ডকাইটৰ দল

নিউজ ডেস্ক , 23 এপ্ৰিলঃ হায়দৰাবাদত আৰক্ষীয়ে 1 টা কিশোৰসহ মুঠ 9 জনীয়া ডকাইটৰ এটা দলক আটক কৰে ৷ আটকাধীন ডকাইটৰ দলটোৰ পৰা আৰক্ষীয়ে 11 কিলোগ্ৰাম ৰূপৰ আ-অলংকাৰৰ লগতে 3 খন দুচকীয়া বাহন জব্দ কৰে ৷

ইপিনে আৰক্ষী আয়ুক্ত অঞ্জনি কুমাৰে জনোৱা অনুসৰি একেদিনাই হায়দৰাবাদৰ আন এক অঞ্চলত হায়দৰাবাদ আৰক্ষীয়ে এজন লোকক সোণ চুৰিৰ অভিযোগত আটক কৰে ৷ আটকাধীন অভিযুক্ত জনৰ পৰা আৰক্ষীয়ে 9 তোলা সোণ জব্দ কৰে ৷

ABOUT THE AUTHOR

...view details