1. 1910 চন- স্বাধীনতা সংগ্ৰামী Badukeswar Duttৰ মৃত্যু ৷ 1929 চনৰ 8 এপ্ৰিলত ভগৎ সিঙৰ সৈতে Central Legislative assemblyত বোমা নিক্ষেপ কৰি আটক হয় ৷
2. 1918 চন- Latvia ৰ স্বাধীনতা ৷ ৰাছিয়াৰ শাসনৰ পৰা আজিৰ দিনটোতে স্বাধীনতা লাভ কৰে Latvia ই ৷
3. 1941 চন- নোবেল বঁটা বিজয়ী খ্যাতনামা জাৰ্মান বিজ্ঞানী ৱাল্টাৰ হেৰমান নাৰ্নষ্টৰ মৃত্যু ৷
4. 1954 চন- আজিৰ দিনটোতেই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ ৰঞ্জন গগৈৰ জন্ম হয়।
5. 1967 চন- বিহগী কবি ৰঘুনাথ চৌধাৰীৰ পৰলোক প্ৰাপ্তি হৈছিল আজিৰ দিনটোতে।
6. 1972 চন- অসমৰ প্ৰসিদ্ধ সংগীত শিল্পী জুবিন গাৰ্গৰ জন্ম হয় ।