বিশ্ব-
- ২০০২ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰে আফ্ৰিকান ইউনিয়নে । এই আফ্ৰিকান ইউনিয়নত আছে আফ্ৰিকা মহাদেশৰ প্ৰায় ৫৫ খন সদস্য ৰাষ্ট্ৰ ।
- ২০০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে ইটালীয়ে । ইয়াৰোপৰিও প্ৰথম ৰানাৰ্চ আপৰ স্থানত আছিল ফ্ৰান্স আৰু দ্বিতীয় ৰানাৰ্চ আপ আছিল জাৰ্মানী দল ।
- ২০১১ চনৰ ৭ জুলাই তাৰিখে চুডানৰ পৰা বিভক্ত হৈ স্বাধীনতা লাভ কৰিছিল দক্ষিণ চুডানে ।