অসম

assam

By

Published : Jul 13, 2020, 8:04 AM IST

ETV Bharat / bharat

কোভিড 19ত মৃত্যু হিন্দু সংহতিৰ প্ৰতিস্থাপক তপন ঘোষৰ

কোভিড 19ত মৃত্যু হিন্দু সংহতিৰ প্ৰতিস্থাপক তপন ঘোষৰ ৷ বিগত সপ্তাহত নেতাগৰাকীৰ দেহত কোভিড 19ৰ উপস্থিতি ধৰা পৰিছিল ৷

Hindu Samhati leader Tapan Ghosh dies battling COVID-19 in Kolkata
হিন্দু সংহতিৰ প্ৰতিস্থাপক তপন ঘোষৰ দেহাৱসান

নেশ্যনেল ডেক্স,13 জুলাইঃ হিন্দু সংহতিৰ প্ৰতিস্থাপক আৰু জ্যেষ্ঠ নেতা তপন ঘোষৰ দেহাৱসান ৷ বিগত সপ্তাহত নেতাগৰাকীৰ দেহত কোভিড-19 ৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেখেতক চিকিৎসালত ভৰ্তি কৰোৱা হৈছিল ৷ তপন ঘোষ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক আছিল ৷ ইয়াৰ পিছতে তেখেতে 2007 চনত হিন্দু সংহতিৰ প্ৰতিষ্ঠা কৰে ৷

প্ৰয়াত নেতাগৰাকীৰ সোঁৱৰণত জ্যেষ্ঠ নেতা স্বপন দাস গুপ্তাই টুইটাৰযোগে প্ৰকাশ কৰে যে, " পশ্চিম বংগত হিন্দু সকলৰ একতাৰ বাবে তপন ঘোষে নিজৰ জীৱন উচৰ্গা কৰিছিল, নিজৰ আদৰ্শৰ দ্বাৰা তেখেতে বহু লোককে অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছিল ৷" ইয়াৰ উপৰিও পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা হুগলিৰ সাংসদ লকেট চেটাৰ্জীয়েও টুইটাৰযোগে জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক-বৰ্ষীয়ান আলফা নেতা লেঃ কৰ্ণেল মন্টু অসমৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details