- গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠকত ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
- মিজোৰামৰ পৰা আহি ত্ৰিপুৰাত থকা শৰণাৰ্থীসকলক ত্ৰিপুৰাত সংস্থাপন কৰা হ'ব
- ত্ৰিপুৰা চৰকাৰে শৰণাৰ্থীসকলক ঘৰ বনাবলৈ ভূমি প্ৰদান কৰিব
- শৰণাৰ্থীসকলৰ প্ৰতিটো পৰিয়ালক 4 লাখ টকা ফিক্সড ডিপজিত দিব চৰকাৰে
- মাহে তেওঁলোকক দুবছৰৰ বাবে মাহে 5 হাজাৰ টকাকৈ প্ৰদান কৰিব ত্ৰিপুৰা চৰকাৰে
- প্ৰতি মাহে ৰেচন প্ৰদান কৰা হ'ব শৰণাৰ্থীসকলক
- প্ৰতিটো পৰিয়ালক ঘৰ বনাবলৈ কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ডেৰ লাখ টকাকৈ দিব
- শৰণাৰ্থীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে 600 কোটি টকা খৰচ কৰিব
- উত্তৰ পূৱৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহ দপ্তৰে পদক্ষেপ গ্ৰহণ কৰিব
- শীঘ্ৰেই আৰু বহুকেইটা ভাল খবৰ লাভ কৰিব উত্তৰ পূৱৰ ৰাইজে ৷ ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
লগতে চাওকঃ ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা