অসম

assam

ETV Bharat / bharat

হিমাচলত বতৰে সলাব পাৰে ৰূপঃ তিনিদিনলৈ বৰষুণ-তুষাৰপাতৰ সম্ভাৱনা

হিমাচল প্ৰদেশৰ পাহাৰত ক্ৰমাত বতৰে ৰূপ সলাইছে ৷ হিমাচলত 14 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈকে ৰাজ্যখনত বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ এই সময়চোৱাত পাহাৰৰ শিখৰত তুষাৰপাত হোৱাৰ বিপৰিতে পাহৰৰ তলৰ সমতল অঞ্চলবোৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

HIMACHAL WEATHER REPORT
হিমাচলত বতৰে সলাব পাৰে ৰূপ, তিনিদিনলৈ বৰষুণ-তুষাৰপাতৰ সম্ভাৱনা

By

Published : Nov 10, 2020, 9:37 PM IST

নিউজ ডেস্ক, 10 নৱেম্বৰ : হিমাচল প্ৰদেশৰ পাহাৰত ক্ৰমাত বতৰে ৰূপ সলাইছে ৷ হিমাচলত 14 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈকে বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ এই সময়চোৱাত পাহৰৰ শিখৰত তুষাৰপাত হোৱাৰ বিপৰিতে পাহাৰৰ তলৰ সমতল অঞ্চলবোৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ 14 নৱেম্বৰত ওখ ঠাই সমূহত বতৰ বেয়া থাকিব তথা 15 আৰু 16 নৱেম্বৰত সমগ্ৰ ৰাজ্যতে বতৰ বেয়া হৈ থকাৰ আশংকা কৰা হৈছে ৷ এই তথ্য ৰাজ্যখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে ৷

উল্লেখ্য যে, বৰষুণৰ ফলত ৰাজ্যখনৰ কৃষক সকলে যথেষ্ট সকাহ পাব ৷ বিগত এমাহ ধৰি বৰষুণ নোহোৱাৰ ফলত ৰাজ্যখনৰ খেতিয়কে ঘেহুৰ খেতি আৰম্ভ কৰিবলৈ অসমৰ্থ হৈ আছিল ৷

বতৰ বিজ্ঞানৰ মতে, পাহাৰৰ ওপৰৰ অংশত তুষাৰপাতৰ পাছত তাপমাত্ৰাও যথেষ্ট হ্ৰাস পাব ৷

লগতে পঢ়ক: অনাথ আশ্ৰমৰ শিশুৱে গৰুৰ গোৱৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰিলে বন্তি-মূৰ্তি

ABOUT THE AUTHOR

...view details