অসম

assam

ETV Bharat / bharat

গছপুলি ৰোপন কৰি পুত্ৰৰ জন্মদিন উদযাপন অভিনেত্ৰী জুহী চাউলাৰ - গছপুলি ৰোপন কৰি পুত্ৰৰ জন্মদিন উদযাপন অভিনেত্ৰী জুহী চাউলাৰ

অভিনেত্ৰী জুহী চাউলাৰ পুত্ৰ অৰ্জুন কাপুৰৰ জন্মদিন উপলক্ষে মঙলবাৰে অভিনেত্ৰী গৰাকীয়ে ৰোপন কৰে ১০০০ টা গছপুলি । লগতে পুত্ৰ অৰ্জুনৰ লগত থকা এখন ফটো শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে ।

জুহী চাউলা
জুহী চাউলা

By

Published : Jul 28, 2020, 7:33 PM IST

নিউজ ডেস্ক, ২৮ জুলাইঃ বলিউড অভিনেত্ৰী জুহী চাউলাই পুত্ৰ অৰ্জুনৰ জন্মদিন উপলক্ষে বুধবাৰে ৰোপন কৰে ১০০০ ডাল গছ । কাৱেৰী কলিং প্ৰজেক্টৰ অধীনত পুত্ৰ অৰ্জুনক বিশুদ্ধ বায়ু সেৱন কৰোৱাৰ পৰিকল্পানে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে ।

মঙলবাৰে অভিনেত্ৰী গৰাকীয়ে পুত্ৰ অৰ্জুনৰ লগত থকা এখন ফটো টুইটাৰত শ্বেয়াৰ কৰে । লগতে ফটোখনৰ লগত অভিনেত্ৰী গৰাকীয়ে লিখে যে,মোৰ পুত্ৰ অৰ্জুনৰ জন্মদিৱস উপলক্ষে কাৱেৰী কলিং প্ৰজেক্টৰ অধীনত ১০০০ গছ ৰোপন কৰে । ভৱিষ্যতে বিশুদ্ধ বায়ু আৰু পানীৰ বাবে তথা জীৱন বীমা কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে জুহী চাউলাই ।

ABOUT THE AUTHOR

...view details