নেশ্বনেল ডেস্ক, 6 আগষ্ট : মধ্যস্থতাকাৰীৰ জৰিয়তে ৰাম জন্মভূমি - বাবৰি মছজিদ ভূমি বিবাদৰ অন্ত পেলোৱাৰ চেষ্টাত অসফল হোৱাৰ পাছত মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কত শুনানিৰ আয়োজন কৰিছে ৷মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি। এই দলটোত আছে ন্যায়াধীশ এছ. এ. ববডে', ডি ৱাই চন্দ্ৰচোড, অশোক ভূষণ আৰু এছ. এ. নাজিৰ ৷
অযোধ্যা বিবাদঃআজিৰে পৰা উচ্চতম ন্যায়ালয়ত দৈনিক শুনানি - ETV BHARAT
অতি সংবেদনশীল অযোধ্যা বিবাদক লৈ মঙলবাৰৰ পৰা উচ্চতম ন্যায়ালয়ে দৈনিক গ্ৰহণ কৰিব শুনানি ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি
অযোধ্যা ভূমি বিবাদৰ দৈনিক শুনানি আৰম্ভ
উল্লেখ্য যে, 16 শতিকাৰ বাবৰি মছজিদটো 1992 চনৰ 6 ডিচেম্বৰ তাৰিখে ধ্বংস কৰা হৈছিল ৷ অতি সংবেদনশীল এইবিবাদক লৈ মঙলবাৰৰ পৰা উচ্চতম ন্যায়ালয়ে দৈনিক গ্ৰহণ কৰিব শুনানি ৷