অসম

assam

ETV Bharat / bharat

সাগৰতলীৰ এক নৈসৰ্গিক দৃশ্যাৱলী - আলদাবৰা প্ৰবাল দ্বীপ

এয়া ভাৰত মহাসাগৰৰ প্ৰবাল দ্বীপ আলদাবৰাৰ দৃশ্য ৷ চিচিলিছৰ ৰাজধানী ভিক্টোৰিয়াৰ পৰা ১১০০ কিলোমিটাৰ দুৰত্বত অৱস্থিত এই অঞ্চল ।

সাগৰতলীৰ এক নৈসৰ্গিক দৃশ্যাৱলী

By

Published : Mar 26, 2019, 9:46 PM IST

নিউজ ডেস্ক, ২৬ মাৰ্চঃ যেন এখনি নীলা কেনভাছ । এয়া দূৰ্গম আলদাবৰা প্ৰবালদ্বীপৰ এক নৈসৰ্গিক দৃশ্য ।মানৱ সভ্যতাৰ পৰা বহুযোজন দুৰত অৱস্থিত এয়া বিশ্ব ঐতিহ্যস্থলী আলদাবৰা প্ৰবাল দীপপুঞ্জ । চিচিলিছৰ ৰাজধানী ভিক্টোৰিয়াৰ পৰা ১১০০ কিলোমিটাৰ দুৰত্বত অৱস্থিত এই দ্বীপটো ।ব্ৰিটিছসকলৰ দ্বাৰা পৰিচালিত নেক্টন মিছনত পোহৰলৈ আহিছে দ্বীপটোত থকা সাগৰীয় জৈৱ-বৈচিত্ৰৰ কেতবোৰ অনুপম তথ্যভাণ্ডাৰ । ১৯৮২ চনত বিশ্ব ঐতিহ্যস্থলী ঘোষণা হোৱাৰ পিচৰে পৰাই দ্বীপটোত চলা এয়া সৰ্ববৃহৎ মানৱ অভিযান ৷

সাগৰতলীৰ এক নৈসৰ্গিক দৃশ্যাৱলী

উৎসুকতাৰে ভৰা তথা পৰ্যটনৰ বিশাল সম্ভাৱনা থকা দ্বীপটোত চলা এই অভিযানৰ সকলো তথ্য সামৰি তৈয়াৰ কৰা, চাওঁঁকআমাৰ এক বিশেষপ্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details