অসম

assam

By

Published : Aug 19, 2020, 5:18 PM IST

ETV Bharat / bharat

মোদীৰ সলনি সুষমা স্বৰাজক প্ৰধানমন্ত্ৰী হোৱাটো কিয় বিচাৰিছিল দিগ্বিজয় সিঙে ?

যদি ভাৰতীয় জনতা পাৰ্টীয়ে 2014 ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ সলনি সুষমা স্বৰাজক বাচনি কৰিলেহেঁতেন তেন্তে হয়তো আজি দেশৰ অৱস্থা অধিক উন্নত হ‘লহেঁতেন ৷

Had BJP chosen Sushma Swaraj in 2014, country would have been better off: Digvijaya Singh
মোদীৰ সলনি সুষমা স্বৰাজক প্ৰধানমন্ত্ৰী হোৱাটো কিয় বিচাৰিছিল দিগ্বিজয় সিঙে ?

নিউজ ডেস্ক, 19 আগষ্ট: জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে বুধবাৰে কয় যে, যদি ভাৰতীয় জনতা পাৰ্টীয়ে 2014 ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ সলনি সুষমা স্বৰাজক বাচনি কৰিলেহেঁতেন তেন্তে হয়তো আজি দেশৰ অৱস্থা অধিক উন্নত হ‘লহেঁতেন ৷

কংগ্ৰেছ নেতাগৰাকীয়ে এনেদৰে কয়, " কোনে জানে, যদি বিজেপিয়ে 2014 চনত মোদী জীৰ সলনি সুষমা স্বৰাজ জীক বাচনি কৰিলেহেঁতেন, তেন্তে হয়তো তেখেত আজিও আমাৰ লগত থাকিলেহেঁতেন আৰু আমাৰ দেশৰ অধিক ভাল অৱস্থা হ‘ল হেঁতেন ৷ মই এই কথা মুকলিকৈ তেখেতৰ সৈতে কৰা এই টেলিভিজন অনুষ্ঠানত কৈছিলো ৷ "

লগতে পঢ়ক: চি আৰ পি এফৰ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

ABOUT THE AUTHOR

...view details