অসম

assam

ETV Bharat / bharat

গুজৰাটৰ কান্দলা বন্দৰত হাই এলাৰ্ট জাৰি

গুজৰাটৰ সাগৰীয় পথৰে সন্ত্ৰাসবাদী ভাৰতত প্ৰবেশ কৰাৰ তথ্য ভাৰতীয় চোৰাংচোৱাৰ হাতত ৷ ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ আৰু গোষ্ঠীগত সংঘৰ্ষ কৰাৰ পৰিকল্পনা পাক কামাণ্ডোৰ ৷

By

Published : Aug 29, 2019, 4:17 PM IST

গুজৰাটৰ কান্দলা বন্দৰত হাই এলাৰ্ট জাৰি

নেশ্যনেল ডেস্ক, 29 আগষ্টঃ পাকিস্তানৰ দ্বাৰা কূটাঘাটৰ চোৰাংচোৱাৰ তথ্য পোৱাৰ পিছতে সষ্টম হৈ পৰিছে নিৰাপত্তাৰক্ষী ৷ গুজৰাটৰ সাগৰীয় পথৰে সন্ত্ৰাসবাদী ভাৰতত প্ৰবেশ কৰাৰ তথ্য ভাৰতীয় চোৰাংচোৱাৰ হাতত ৷ ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ আৰু গোষ্ঠীগত সংঘৰ্ষ কৰাৰ পৰিকল্পনা পাকিস্তানৰ ৷

গুজৰাটৰ কান্দলা বন্দৰত হাই এলাৰ্ট জাৰি


উল্লেখযোগ্য যে, ভাৰতীয় চোৰাংচোৱা বিভাগে পাকিস্তানৰ পৰা SSG কামাণ্ডো বা সন্ত্ৰাসবাদী দলে গাল্ফ উপকূল আৰু ছাৰ ক্ৰিকৰ দিশে সৰু নাৱৰ সহায়ত ভাৰতত প্ৰবেশ কৰাৰ তথ্য আছে ৷ ইয়াৰ পূৰ্বে চোৰাংচোৱাই ISIS ৰ দ্বাৰা ভয়ংকৰ কূটাঘাটৰ তথ্য লাভ কৰিছিল ৷

ABOUT THE AUTHOR

...view details