অসম

assam

ETV Bharat / bharat

ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে লোৱা স্থিতিৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ - চীন ভাৰত

চীনা সেনাই ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিছে যাৰ বাবে ২০ ভাৰতীয় সেনাই শ্বহীদ বৰণ কৰিব লগীয়া হৈছে । তাৰ পিছতো ভাৰত চৰকাৰে কোনো সবল পদক্ষেপ গ্ৰহণ কৰা নাই বুলি প্ৰিয়ংকা গান্ধীয়ে চৰকাৰক প্ৰশ্ন কৰে ।

ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে লোৱা স্থিতিৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ
ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে লোৱা স্থিতিৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ

By

Published : Jun 18, 2020, 6:24 PM IST

নিউজ ডেস্ক,১৮ জুনঃকংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বৃহস্পতিবাৰে ভাৰত চৰকাৰ নীতি সমুহক দুৰ্বল বুলি মন্তব্য কৰি কয় যে সেই কাৰণেই চীন দেশে ভাৰতবৰ্ষৰ সেনাৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস কৰিছে ।

ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে লোৱা স্থিতিৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ

গান্ধীয়ে লগতে উল্লেখ কৰে যে যি সময়ত ভাৰতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব লাগিছিল চীনলৈ ।২০ জন ভাৰতীয় জোৱান শ্বহীদ হ'ব লগা হৈছে এক উত্তেজনা পৰিস্হিতিত । চৰকাৰে তাৰ বাবে বিহিত ব্যৱস্হা গ্ৰহণ কৰিব লাগিছিল তাকে নকৰি চৰকাৰে দিল্লী মিৰাট চেমি হাই স্পিড ৰেলি কৰিডৰ নিৰ্মাণৰ বাবে চীনা কোম্পানীক প্ৰদান কৰিছে ঠিকা যিতু ভাৰতী কোম্পানী সমূহেও নিৰ্মাণ কৰিব পাৰিলে হয় বুলি টুইটাৰ যোগে উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details