অসম

assam

ETV Bharat / bharat

গাড়ী চালকৰ অনুজ্ঞা পত্ৰৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ - Government

1989 চনত চেন্ট্ৰেল মটৰ ভেহিকলে দিয়া নিয়ম অনুসৰি এজন ট্ৰান্সপোর্ট চালক অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ৷

গাড়ী চালকৰ অনুজ্ঞা পত্ৰৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

By

Published : Jun 19, 2019, 10:07 AM IST

Updated : Jun 19, 2019, 10:20 AM IST

নিউজ ডেস্ক, 19 জুনঃ চৰকাৰে দেশত নিবনুৱাসকলক কৰ্ম সংস্থাপন দিয়াৰ ক্ষেত্ৰত ড্ৰাইভিং লাইচেন্সৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনীয়তা দূৰ কৰাৰ সিদ্ধান্ত লৈছে ৷ মঙলবাৰে এই কথা সদৰি কৰে পথ পৰিবহণ মন্ত্ৰণালয়ে ৷ 1989 চনত চেন্ট্ৰেল মটৰ ভেহিকলে দিয়া নিয়ম অনুসৰি এজন ট্ৰান্সপোর্ট চালক অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ৷

ড্ৰাইভিং লাইসেন্সৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনীয়তা দূৰ কৰাৰ সিদ্ধান্ত চৰকাৰৰৰ

চৰকাৰী বিবৃতিযোগে পোৱা তথ্য অনুসৰি সমাজৰ অৰ্থনৈতিকভাৱে পিছপৰা দক্ষ লোকসকলৰ উপকাৰৰ লক্ষ্যৰে পথ পৰিবহণ মন্ত্ৰণালয়ে সৰ্বনিম্ন শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনীয়তা অপসাৰণৰ সিদ্ধান্ত লয় ৷ ইয়াৰ ফলত বহু সংখ্যক নিবনুৱা ব্যক্তি বিশেষকৈ গাম্য অঞ্চলৰ বহু ব্যক্তিয়ে কৰ্মসংস্থাপনৰ সুযোগ পাব ৷

Last Updated : Jun 19, 2019, 10:20 AM IST

ABOUT THE AUTHOR

...view details