নিউজ ডেস্ক, 2 ছেপ্তেম্বৰ:পুনৰ দেশত নিষিদ্ধ হ’ল 118 টাকৈ চীনা এপ্ ৷ যুৱ-প্ৰজন্মৰ মাজত যথেষ্ট প্ৰিয় PUBG ৰ ওপৰতো নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ ৷ দেশৰ সুৰক্ষা, সাৰ্বভৌমত্ব, ঐক্যতাৰ স্বাৰ্থত এই সিদ্ধান্ত চৰকাৰৰ ৷