অসম

assam

ETV Bharat / bharat

অলিম্পিকত ভাৰতীয় শ্বাটলাৰৰ ভাল প্ৰদৰ্শনৰ আশা গোপীচান্দৰ - অলিম্পিকত ভাৰতীয় শ্বাটলাৰৰ ভাল প্ৰদৰ্শনৰ আশা গোপীচান্দৰ

ভাৰতীয় বেডমিন্টন দলে অলিম্পিকত ভাল প্ৰদৰ্শন আগবঢ়াব বুলি মন্তব্য কৰে গোপীচান্দে ৷ খেলো ইণ্ডিয়াকো প্ৰশংসা কৰে গোপীচান্দে ৷

ভাৰতীয় শ্বাটলাৰৰ ভাল প্ৰদৰ্শনৰ আশা
গোপীচান্দ

By

Published : Jan 3, 2020, 11:19 PM IST

স্পৰ্টছ ডেস্ক, 3 জানুৱাৰী : ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিন্টন প্ৰশিক্ষক পুল্লেলা গোপীচান্দে শুকুৰবাৰে মন্তব্য কৰে যে, ট'কিঅ' অলিম্পিক, 2020 ত ভাৰতীয় শ্বাটলাৰে ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ'ব ৷

গোপীচান্দ

গোপীচান্দে কয়, "শেহতীয়া বহুকেইখন অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ভাল প্ৰদৰ্শন আগবঢ়াইছে ৷ এইবাৰ আমাৰ দলত এগৰাকী বিশ্ব চেম্পিয়ন আছে আৰু আশা কৰো ভাল প্ৰস্তুতিৰ জৰিয়তে আমি ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ'ম ৷"

প্ৰশিক্ষকগৰাকীয়ে 'খেলো ইণ্ডিয়া' অনুষ্ঠানক প্ৰশংসা কৰি কয় যে, ই ক্ৰীড়াৰ বাবে এক যোগাত্মক দিশ ৷ এই ক্ৰীড়াৰ ফলত যুৱ খেলুৱৈসকলে নিজক প্ৰমাণ কৰিবলৈ সুবিধা পাব ৷

আৰু পঢ়ক : বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় খেলুৱৈৰ অনুশীলন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details