অসম

assam

ETV Bharat / bharat

গুগলে মুকলি কৰিলে এন্ড্ৰইড 11ৰ প্ৰথমটো বেটা ভাৰ্চন

গুগলে মুকলি কৰিলে এন্ড্ৰইড 11ৰ প্ৰথমটো বেটা ভাৰ্চন ৷ বুধবাৰে বিভিন্ন পুনৰীক্ষণৰ পাচত এই ভাৰ্চনটো মুকলি কৰি দিয়া হয় ৷

By

Published : Jun 11, 2020, 5:01 AM IST

Google releases first beta version of Android 11
Google releases first beta version of Android 11

নিউজ ডেস্ক, 11 জুন :গুগলে মুকলি কৰিলে এন্ড্ৰইড 11ৰ প্ৰথমটো বেটা ভাৰ্চন ৷ বুধবাৰে বিভিন্ন পুনৰীক্ষণৰ পাচত এই ভাৰ্চনটো মুকলি কৰি দিয়া হয় ৷ বিষেজ্ঞৰ মতে নতুন এন্ড্ৰইডটোৰ বাবে অভাৰ-দ্য-এয়াৰ আপডেটৰ বাবে তেওঁলোকে ইয়াৰ প্ৰি-ৰিলিজ ভাৰ্চন এটাও মুকলি কৰিছিল ৷ এই এন্ড্ৰইড চাপোৰ্ট কৰা ডিভাইচত গুগল পিক্সেলৰ 2,3,3a আৰু 4 অন্তৰ্ভুক্ত হ'ব ৷ গুগলে জনোৱা মতে তিনিটা বিষয়ত ই ধ্যান দিব, সেইয়া হ'ল মানুহ, গোপনীয়তা আৰু নিয়ন্ত্ৰণ ৷ এটা অফিচিয়েল ব্লগত কোম্পানীটোৱে পূৰ্বে উল্লেখ কৰা অনুসৰি, আপডেটৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে ল'কেচন আদিৰ দৰে স্পৰ্শকাতৰ তথ্যৰ বাবে 'ওৱান-টাইম' অনুমতিৰ সুবিধা লাভ কৰিব আৰু পৰৱৰ্তী এক্সেচৰ বাবে এপটোক অনুমতি দিব লাগিব ৷
লগতে পঢ়ক : নৱ প্ৰজন্মৰ বহুজনে চিনি নোপোৱা এবিধ ঐতিহাসিক সম্পদ "বৰপেৰা"

ABOUT THE AUTHOR

...view details