অসম

assam

ETV Bharat / bharat

গুগল ক্ৰোমত অন্তৰ্ভূক্ত হ'ল গ্ৰুপিং বৈশিষ্ট্য - গুগলৰ ব্ৰাউচাৰ ক্ৰোম

গুগলৰ ব্ৰাউচাৰ ক্ৰোমত কেতবোৰ নৱতম বৈশিষ্ট্য অনুৰ্ভূক্ত কৰা হৈছে ৷ সোফালে ক্লিক কৰি ব্যৱহাৰকাৰীয়ে এটা টেবতে কাষ্টমভাৱে নাম দিয়াৰ লগতে ৰং প্ৰদান কৰি গ্ৰুপ সন্নিৱিষ্ট কৰিব পাৰিব ৷

গুগল ক্ৰোমত অন্তৰ্ভূক্ত হ'ল গ্ৰুপিং বৈশিষ্ট্য
গুগল ক্ৰোমত অন্তৰ্ভূক্ত হ'ল গ্ৰুপিং বৈশিষ্ট্য

By

Published : May 16, 2020, 9:18 PM IST

নিউজ ডেস্ক, 16 মে' : বিশ্বৰ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ প্ৰথম পচন্দ গুগলে ইয়াৰ ব্ৰাউচাৰ ক্ৰোমত এক নতুন বৈশিষ্ট্য অন্তৰ্ভূক্ত কৰিছে ৷ এই বৈশিষ্ট্যৰ দ্বাৰা গুগলে, এটা টেবতে কাষ্টম নাম আৰু ৰঙৰ দ্বাৰা গ্ৰুপ গঠন কৰিব পাৰিব ৷ গুগলৰ শেহতীয়া ক্ৰোম বিটাত এই বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে ৷

গুগলে প্ৰকাশ কৰা অনুসৰি, অহা সপ্তাহৰ ভিতৰত ডেস্কটপ সংস্কৰণটো ই উপলব্ধ হ'ব ৷ ইতিমধ্যে এই সন্দৰ্ভত গুগলে টুইট কৰিছে ৷

ABOUT THE AUTHOR

...view details