অসম

assam

By

Published : Oct 7, 2020, 8:09 PM IST

ETV Bharat / bharat

কলিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ প্ৰায় 90 লাখ টকাৰ সোণ

বুধবাৰে পুৱাৰ ভাগত কলিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুগৰাকী যাত্ৰীৰ পৰা মুঠ 2.3 কিলোগ্ৰাম সোণ জব্দ কৰে সীমা শুল্ক বিষয়াসকলে ৷

কলিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ প্ৰায় 90 লাখ টকাৰ সোণ
কলিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ প্ৰায় 90 লাখ টকাৰ সোণ

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ:সীমা শুল্ক বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি,বুধবাৰে পুৱাৰ ভাগত কলিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুগৰাকী যাত্ৰীৰ পৰা মুঠ 2.3 কিলোগ্ৰাম সোণ জব্দ কৰা হয় ৷

জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় 90 লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে বিষয়া সকলে ৷ আন্তৰাষ্ট্ৰীয় যাত্ৰী সকলৰ দ্বাৰা সোণ সৰবৰাহৰ ঘটনা প্ৰায় নিয়মিতভাৱে সংঘটিত হ'বলৈ ধৰিছে কেৰালাৰ 4 টাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৷

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ বাৰামুল্লাত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ

ABOUT THE AUTHOR

...view details