নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : ডুবাইৰ পৰা আহি মাংগালুৰ আন্তৰাষ্ট্ৰীয় এয়াৰপোৰ্টত উপস্থিত হোৱা এজন ব্যক্তিৰ পৰা 634 গ্ৰাম সোণ জব্দ কৰে শুল্ক বিভাগে ৷ প্ৰায় 32.93 লাখ টকাৰ মূল্যৰ সোণখিনি জব্দ কৰে শুল্ক বিভাগৰ বিষয়াই ৷
মাংগালুৰ এয়াৰপোৰ্টৰ পৰা জব্দ 32 লাখ মূল্যৰ সোণ - 634 গ্ৰাম সোণৰ সৈতে এজন ব্যক্তি গ্ৰেপ্তা
মাংগালুৰ আন্তৰাষ্ট্ৰীয় এয়াৰপোৰ্টত 634 গ্ৰাম সোণৰ সৈতে এজন ব্যক্তি গ্ৰেপ্তাৰ ৷ সোণখিনি প্ৰায় 32.93 লাখ টকাৰ মূল্যৰ ৷

মাংগালুৰ এয়াৰপোৰ্টৰ পৰা জব্দ 32 লাখ মূল্যৰ সোণ
বিভাগে জানিবলৈ দিয়া অনুসৰি, পাউদাৰৰ আকাৰত সোণখিনি লুকুৱাই আনিছিল আবুবাক্কাৰ ছিদ্দিক নামৰ ব্যক্তিজনে ৷ 26 অক্টোবৰত ডুবাইৰ পৰা স্পাইচ জেটৰ জৰিয়তে মাংগালুৰ আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত উপস্থিত হৈছিল ব্যক্তিজন ৷
লগতে পঢ়ক :কিয় বিখ্যাত "Joseph burn in grace" শীৰ্ষক চিনেমাখন ?