নিউজ ডেস্ক, 18 মে': উৎকট গৰমৰ পৰা দেৱ-দেৱতাক ৰক্ষা দিবলৈ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ এটা মন্দিৰত কৰা হ'ল বিশেষ ব্যৱস্থা৷ শ্ৰী সীতা ৰাম মন্দিৰত দেৱ-দেৱী সকলৰ মূৰ্তিক গৰমৰ পৰা ৰক্ষা দিবলৈ মন্দিৰ কৰ্তৃপক্ষই কৰিলে কুলাৰৰ ব্যৱস্থা, যাতে কোনো কাৰণতে ভগৱানে অনুভৱ কৰিব নোৱাৰে গৰম ৷ তাৰোপৰি গৰমৰ কৱলৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে দেৱতাসকলক গোলাপ জলেৰেও স্নান কৰোৱা হয় ৷
মন্দিৰৰ দেৱ-দেৱতাৰো উঠে গৰম, দেৱতাক গৰমৰ পৰা ৰক্ষা দিবলৈ কুলাৰৰ বিশেষ ব্যৱস্থা - শ্ৰী সীতা ৰাম মন্দিৰ
শ্ৰী সীতা ৰাম মন্দিৰত দেৱ-দেৱী সকলৰ মূৰ্তিক গৰমৰ পৰা ৰক্ষা দিবলৈ মন্দিৰ কৰ্তৃপক্ষই ব্যৱস্থা কৰিলে কুলাৰৰ, যাতে কোনো কাৰণতে ভগৱানে অনুভৱ কৰিব নোৱাৰে গৰম

দেৱতাক গৰমৰ পৰা ৰক্ষা দিবলৈ কুলাৰৰ বিশেষ ব্যৱস্থা
দেৱতাক গৰমৰ পৰা ৰক্ষা দিবলৈ কুলাৰৰ বিশেষ ব্যৱস্থা
ইতিমধ্যে মন্দিৰ অৱস্থিত অঞ্চলত 40 ডিগ্ৰীৰো অধিক তাপমান হোৱাৰ লগতে আগন্তুক সময়ত আৰু অধিক বৃদ্ধিৰ সম্ভাৱনা আছে বুলি জনায় মন্দিৰ কৰ্তৃপক্ষই ৷ মন্দিৰৰ পূজাৰীয়ে জনোৱা মতে মন্দিৰৰ দেৱতাসকলে যাতে গৰম অনুভৱ কৰিব নোৱাৰে তাৰ বাবেই কুলাৰ আৰু গোলাপ জলেৰে স্নান কৰোৱা হয় দেৱতাৰ মূৰ্তি৷