অসম

assam

, মাৰাডোনাৰ জীৱন্ত প্ৰতিমূৰ্তি, ডিয়াগো মাৰাডোনা, ফুটবলৰ কিংবদন্তি, জীৱন্ত প্ৰতিমূৰ্তি, গোৱাৰ মুখ্যমন্ত্ৰী, বিশ্ব ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনা, ফুটবল অনুৰাগী, মাইকেল লৱ", "articleSection": "bharat", "articleBody": "ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনাৰ মৃত্যুৰ পাচতে গোৱাৰ এগৰাকী মন্ত্ৰী মাইকেল লৱই ঘোষণা কৰিছে যে, তেওঁ নিজা সামৰ্থৰে বিখ্যাৎ খেলুৱৈ গৰাকীৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ গোৱাৰ যিসকল যুৱ প্ৰজন্মই ফুটবল ভালপাই তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে মন্ত্ৰী গৰাকীয়ে ৷ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱান্তে ফুটবলৰ যাদুকৰ গৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে ৷নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : বিশ্ব ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনাই বুধবাৰে 60 বছবয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ ফুটবলাৰ গৰাকীৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে প্ৰতিগৰাকী ফুটবল অনুৰাগীক ৷ গোৱাৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মাইকেল লৱই গোষণা কৰিছে যে, গোৱাৰ ফুটবল অনুৰাগী যুৱ প্ৰজন্মক উৎসাহিত কৰাৰৰ উদ্দেশ্যে তেওঁ নিজা সামৰ্থৰে ডিয়াগো মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ মন্ত্ৰীগৰাকীয়ে কয় যে গোৱা চৰকাৰৰ দ্বাৰা নহয়, গোৱাৰ যুৱ প্ৰজন্মক উৎসাহ যোগোৱাৰ উদ্দেশ্যে তেওঁ নিজাববীয়াকৈ ৰাজ্যখনৰ উত্তৰৰ জিলাৰ উপকূলীয় অঞ্চলত ডিয়াগো মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ তাৰোপৰি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তে বিশ্ব বিখ্যাৎ ফুটবলাৰ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ টুইটাৰ যোগে এক শোক বাৰ্তা প্ৰেৰণ কৰি চাৱন্তে কয় যে, ‘‘ফুটবল জগতলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৷ কিংবদন্তি ফুটবলাৰ ডিয়াগো মাৰাডোনা চিৰস্মৰণীয় হৈ থাকিব ৷ মাৰাডোনাই গোৱাৰ বহু ফুটবল অনুৰাগীক অনুপ্ৰাণিত কৰিছিল’’ ৷ With a heavy heart, I sympathize with the football community. Diego Maradona, the football icon will be remembered forever. #Maradona has inspired many football lovers of Goa and has encouraged football culture in the state. pic.twitter.com/wcLgzxTn6O— Dr. Pramod Sawant (@DrPramodPSawant) November 25, 2020 উল্লেখ্য যে, নৱেম্বৰ মাহৰ আৰম্ভনিৰ পৰাই মাৰাডোনা চিকিৎসাধীন হৈ আছিল ৷ কেইদিনমান পূৰ্বে তেওঁ 60 বছৰীয়া জন্মদিন পালন কৰিছিল ৷ সঘনাই ভাগৰুৱা অনুভৱ কৰাৰ বাবে খেলুৱৈ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ খেলুৱৈগৰাকীৰ মস্তিষ্কত ৰক্ত জমা হোৱা বুলি চিকিৎসকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ অৱশ্যে অপাৰেশ্যনৰ দ্বাৰা চিকিৎসকে সেই জটিলতা দূৰ কৰিছিল ৷ হৃৎযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কেলুৱৈ গৰাকীৰ মৃত্য়ু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে ৷ লগতে পঢ়ক : আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যু", "url": "https://www.etvbharat.comassamese/assam/bharat/bharat-news/goa-minister-says-he-will-install-maradonas-statue-to-inspire-youth/assam20201126075648316", "inLanguage": "as", "datePublished": "2020-11-26T07:56:49+05:30", "dateModified": "2020-11-26T07:56:49+05:30", "dateCreated": "2020-11-26T07:56:49+05:30", "thumbnailUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9667052-127-9667052-1606347621508.jpg", "mainEntityOfPage": { "@type": "WebPage", "@id": "https://www.etvbharat.comassamese/assam/bharat/bharat-news/goa-minister-says-he-will-install-maradonas-statue-to-inspire-youth/assam20201126075648316", "name": "গোৱাৰ এগৰাকী মন্ত্ৰীয়ে স্থাপন কৰিব মাৰাডোনাৰ জীৱন্ত প্ৰতিমূৰ্তি", "image": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9667052-127-9667052-1606347621508.jpg" }, "image": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9667052-127-9667052-1606347621508.jpg", "width": 1200, "height": 675 }, "author": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com/author/undefined" }, "publisher": { "@type": "Organization", "name": "ETV Bharat Assam", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/static/assets/images/etvlogo/assamese.png", "width": 82, "height": 60 } } }

By

Published : Nov 26, 2020, 7:56 AM IST

ETV Bharat / bharat

গোৱাৰ এগৰাকী মন্ত্ৰীয়ে স্থাপন কৰিব মাৰাডোনাৰ জীৱন্ত প্ৰতিমূৰ্তি

ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনাৰ মৃত্যুৰ পাচতে গোৱাৰ এগৰাকী মন্ত্ৰী মাইকেল লৱই ঘোষণা কৰিছে যে, তেওঁ নিজা সামৰ্থৰে বিখ্যাৎ খেলুৱৈ গৰাকীৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ গোৱাৰ যিসকল যুৱ প্ৰজন্মই ফুটবল ভালপাই তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে মন্ত্ৰী গৰাকীয়ে ৷ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱান্তে ফুটবলৰ যাদুকৰ গৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে ৷

Goa minister says he will install Maradona's statue to inspire youth
Goa minister says he will install Maradona's statue to inspire youth

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : বিশ্ব ফুটবলৰ কিংবদন্তি ডিয়াগো মাৰাডোনাই বুধবাৰে 60 বছবয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ ফুটবলাৰ গৰাকীৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে প্ৰতিগৰাকী ফুটবল অনুৰাগীক ৷ গোৱাৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মাইকেল লৱই গোষণা কৰিছে যে, গোৱাৰ ফুটবল অনুৰাগী যুৱ প্ৰজন্মক উৎসাহিত কৰাৰৰ উদ্দেশ্যে তেওঁ নিজা সামৰ্থৰে ডিয়াগো মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷

মন্ত্ৰীগৰাকীয়ে কয় যে গোৱা চৰকাৰৰ দ্বাৰা নহয়, গোৱাৰ যুৱ প্ৰজন্মক উৎসাহ যোগোৱাৰ উদ্দেশ্যে তেওঁ নিজাববীয়াকৈ ৰাজ্যখনৰ উত্তৰৰ জিলাৰ উপকূলীয় অঞ্চলত ডিয়াগো মাৰাডোনাৰ এটি জীৱন্ত প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ তাৰোপৰি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তে বিশ্ব বিখ্যাৎ ফুটবলাৰ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ টুইটাৰ যোগে এক শোক বাৰ্তা প্ৰেৰণ কৰি চাৱন্তে কয় যে, ‘‘ফুটবল জগতলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৷ কিংবদন্তি ফুটবলাৰ ডিয়াগো মাৰাডোনা চিৰস্মৰণীয় হৈ থাকিব ৷ মাৰাডোনাই গোৱাৰ বহু ফুটবল অনুৰাগীক অনুপ্ৰাণিত কৰিছিল’’ ৷

উল্লেখ্য যে, নৱেম্বৰ মাহৰ আৰম্ভনিৰ পৰাই মাৰাডোনা চিকিৎসাধীন হৈ আছিল ৷ কেইদিনমান পূৰ্বে তেওঁ 60 বছৰীয়া জন্মদিন পালন কৰিছিল ৷ সঘনাই ভাগৰুৱা অনুভৱ কৰাৰ বাবে খেলুৱৈ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ খেলুৱৈগৰাকীৰ মস্তিষ্কত ৰক্ত জমা হোৱা বুলি চিকিৎসকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ অৱশ্যে অপাৰেশ্যনৰ দ্বাৰা চিকিৎসকে সেই জটিলতা দূৰ কৰিছিল ৷ হৃৎযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কেলুৱৈ গৰাকীৰ মৃত্য়ু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যু

ABOUT THE AUTHOR

...view details