অসম

assam

গোৱা বিধানসভাত বীৰ সাৱৰকাৰৰ 'প’ট্ৰেইত' মুকলি

By

Published : May 28, 2019, 10:54 PM IST

বিনায়ক দামোদৰ সাৱৰকাৰৰ এখন ছবি মঙলবাৰে গোৱা বিধানসভাত মুকলি কৰা হয় ৷ 'প’ট্ৰেইত' মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নৱ প্ৰজন্মক স্বাধীনতা আন্দোলোনৰ মহান নেতাগৰাৰীৰ কৰ্মৰাজিৰে অনুপ্ৰাণিত হবলৈ বিধানসভাত এই প’ট্ৰেইত মুকলি কৰা হৈছে ৷

বীৰ চাৱৰকাৰৰ জন্ম জয়ন্তী উপলক্ষে গোৱা বিধানসভাত তেওঁৰ প’ট্ৰেইত মুকলি

নিউজ ডেস্ক, 28 মে’: গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তে মঙলবাৰে বিনায়ক দামোদৰ চাৱৰকাৰৰ এখন প’ট্ৰেইত গোৱা বিধানসভাত মুকলি কৰে ৷ প’ট্ৰেইত মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, নৱ প্ৰজন্মক স্বাধীনতা আন্দোলনৰ মহান নেতাগৰাৰীৰ কৰ্মৰাজিৰে অনুপ্ৰাণিত হবলৈ বিধানসভাত এই প’ট্ৰেইত মুকলি কৰা হৈছে ৷ লগতে স্বাধীনতা আন্দোলনত হিন্দুত্ববাদী নেতা গৰাকীৰ ভূমিকাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী শপতগ্ৰহণ অনুষ্ঠানঃ এছ পি জিৰ হাতত সুৰক্ষাৰ জিম্মা

তেওঁ লগতে আন্দামানৰ জেলত ইংৰাজ শাষণৰ সময়ত তেওঁৰ লগত কৰা অমানুষিক অত্যাচাৰৰ কথাও নিজৰ বক্তব্যত উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details