অসম

assam

By

Published : Jul 25, 2020, 9:00 PM IST

ETV Bharat / bharat

দক্ষিণ কোৰিয়াত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু মুঠ ২৯৮ গৰাকী

বিগত ২৪ ঘণ্টাত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে ১১৩ গৰাকী লোক । বিগত চাৰিমাহ ভিতৰত এয়া সৰ্বাধিক সংখ্যা বুলি সদৰি কৰে । আনহাতে, বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈছে মুঠ ১৪,০৯২ গৰাকী ব্যক্তি । এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্য়ু হৈছে ২৯৮ গৰাকী লোক ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ

নিউজ ডেস্ক, ২৫ জুলাইঃ বিশ্বজুৰি ২৫ জুলাই পৰ্যন্ত মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে মুঠ, ১,৫৯,৩০,৬৭১ গৰাকীৰো অধিক লোক । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬,৪১,৮৬৮ গৰাকীৰো অধিক ব্যক্তিৰ । তাৰোপৰি আৰোগ্য হৈ উঠিছে ৯৭,১৫,৯৮৩ গৰাকী ।

দক্ষিণ কোৰিয়াত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু মুঠ ২৯৮ গৰাকী

আনহাতে দক্ষিণ কোৰিয়াত বিগত ২৪ ঘণ্টাত মহামাৰী COVID-19ত নতুনকৈ আক্ৰান্ত হৈছে ১১৩ গৰাকী লোক । বিগত চাৰি মাহৰ ভিতৰত এইটো আছিল ১০০ সংখ্যাৰ ওপৰত আক্ৰান্ত হোৱা অত্য়াধিক সংখ্যা । দক্ষিণ কোৰিয়া চেক্টৰত Disease Control and Prevention ত শনিবাৰে সদৰি কৰা তথ্য অনুসৰি ১৪,০৯২ গৰাকী আক্ৰান্ত হোৱাৰ উপৰিও মৃত্যু হৈছে ২৯৮ গৰাকী লোক । আনহাতে, বিগত ২৪ ঘণ্টাত আক্ৰান্ত হোৱা ব্যক্তিসকলৰ ভিতৰত ৮৬ গৰাকী আন্তঃৰাষ্ট্ৰীয় বুলি সদৰি কৰে । তাৰোপৰি ২৭ গৰাকী ব্যক্তি স্থানীয় বুলিও সদৰি কৰে ।

ABOUT THE AUTHOR

...view details