অসম

assam

ETV Bharat / bharat

বিশ্বব্যাপী Covid 19 - COVID-19 worldwide

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেওবাৰে কভিড 19 ৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা 96 হোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা 27 গৰাকী

Covid 19
Covid 19

By

Published : Mar 29, 2020, 11:35 PM IST

নিউজ ডেস্ক, 29 মাৰ্চঃ কৰ'ণা ভাইৰাছে বিশ্বব্যাপী ইতিমধ্যে 6,85000 মানুহক অসুস্থ কৰাৰ লগতে এই মহামাৰীবিধে 32000 লোকৰ প্ৰাণ লৈছে ৷ 1,49000 লোক এই ৰোগৰ পৰা সুস্থ হোৱা বুলি জানিব পৰা গৈছে ৷

বিশ্বব্যাপী কভিড 19

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য অনুসৰি, ভাৰতত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1120 গৰাকী ৷ দেওবাৰে কভিড 19 ৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা 96 হোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা 27 গৰাকী

ৰাজ্যজুৰি কভিড 19

ABOUT THE AUTHOR

...view details