অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মেধাৱী ছাত্ৰীৰ মৃত্যু - কৰ'ণা মহামাৰী

বুধবাৰে মহাৰাষ্ট্ৰত এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যুই শোকৰ ছা পেলাইছে ৷ জানিব পৰা মতে,কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে ছাত্ৰী গৰাকীয়ে ৷ মল্লিকা ছাগৰা জেদ আলী নামৰ ছাত্ৰী গৰাকীয়ে শেহতীয়াকৈ টাটা চিকিৎসালয়ৰ পৰা 73.40 শতাংশ নম্বৰৰে SSC পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল ৷

Girl gave her SSC exam from Tata hospital But unfortunately she couldn't make it to see the results
মহাৰাষ্ট্ৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মেধাৱী ছাত্ৰীৰ মৃত্যু

By

Published : Jul 29, 2020, 10:45 PM IST

নিউজ ডেস্ক, 29 জুলাই : দেশত কৰ'ণা মহামাৰীয়ে ত্ৰাস চলাই থকাৰ সময়তে বুধবাৰে মহাৰাষ্ট্ৰত এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যুই শোকৰ ছা পেলাইছে ৷ জানিব পৰা মতে,কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে ছাত্ৰী গৰাকীয়ে ৷

মহাৰাষ্ট্ৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মেধাৱী ছাত্ৰীৰ মৃত্যু

উল্লেখ্য যে,মল্লিকা ছাগৰা জেদ আলী নামৰ ছাত্ৰী গৰাকীয়ে শেহতীয়াকৈ টাটা চিকিৎসালয়ৰ পৰা 73.40 শতাংশ নম্বৰৰে SSC পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল ৷ কিন্তু পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিচতো ছাত্ৰী গৰাকীয়ে নিজ চকুৰে পৰীক্ষাৰ ফলাফল প্ৰত্যক্ষ কৰিব নোৱাৰাত বৰ্তমান শোকস্তব্ধ হৈ পৰিছে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী ৷

লগতে পঢ়ক : মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details