অসম

assam

ETV Bharat / bharat

‘‘বয়স বাঢ়িছে মগজু নহয়’’ ছাহিদ আফ্ৰিদীক কটাক্ষ গম্ভীৰৰ - গৌতম গম্ভীৰ

ছাহিদ আফ্ৰিদীক কটাক্ষ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা দিল্লীৰ বিজেপি সাংসদৰ ৷ আফ্ৰিদীক কম মগজুৰ ব্যক্তি আখ্যা গম্ভীৰৰ ৷

‘‘বয়স বাঢ়িছে মগজু নহয়’’ ছাহিদ আফ্ৰিদীকলৈ গম্ভীৰৰ মন্তব্য

By

Published : Aug 29, 2019, 4:48 PM IST


স্পৰ্টছ ডেস্ক, 29 আগষ্টঃজম্মু-কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰা মোদী চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা নীতিক লৈ ছাহিদ আফ্ৰিদীৰ টুইট ৷ মই কাশ্মীৰৰ জনসাধাৰণৰ সৈতে আছো ৷ অহা 6 ছেপ্তেম্বৰত LOC পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰে আফ্ৰিদীয়ে ৷

ইয়াৰ পাচতেই গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া ৷ গম্ভীৰে উল্লেখ কৰে কিছুমান ব্যক্তি গোটেই জীৱন ধৰি পৰিপক্কতা লাভ কৰিবলৈ সক্ষম নহয় ৷ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলে যদিও বয়স অনুসৰি তেওঁলোকৰ মস্তিষ্কৰ বিকাশ নহয় ৷ এনে লোকৰ বিষয়ে বেছি কোৱাৰ দৰকাৰ নাই ৷

ABOUT THE AUTHOR

...view details