অসম

assam

ETV Bharat / bharat

গলৱান সংঘৰ্ষ: চীনা সংবাদ মাধ্যমৰ ইউ-টাৰ্ণ ! - তেলেংগনা

গলৱান উপত্যকাত হোৱা সংঘৰ্ষত চীনা সৈন্যৰ হতাহতৰ সংখ্যা সন্দৰ্ভত টুইট কৰাৰ পাছত গ্লোবেল টাইমচৰ সংবাদদাতা বাংগ বেনবেনে নিজৰ ভাষ্য সলাই ভাৰতীয় সংবাদ মাধ্যমৰ তথ্যৰ আধাৰত পি এল এ হতাহত সন্দৰ্ভত টুইট ।

galwan-clashes-chinese-journo-takes-u-turn-on-pla-casualties
galwan-clashes-chinese-journo-takes-u-turn-on-pla-casualties

By

Published : Jun 16, 2020, 11:01 PM IST

নিউজ ডেস্ক, ১৬ জুন :গলৱান উপত্যকাত হোৱা সংঘৰ্ষত চীনা সৈন্যৰ হতাহতৰ সংখ্যা সন্দৰ্ভত টুইট কৰাৰ পাছত গ্লোবেল টাইমচৰ সংবাদদাতা বাংগ বেনবেনে নিজৰ ভাষ্য সলাই ভাৰতীয় সংবাদ মাধ্যমৰ তথ্যৰ আধাৰত পি এল এ হতাহত সন্দৰ্ভত টুইট কৰিছিল বুলি কয়।‌

গলৱান সংঘৰ্ষ: চীনা সংবাদ মাধ্যমৰ ইউ-টাৰ্ণ !

উল্লেখ্য যে,ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তিনি সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাছতেই বেনবেনে টুইট কৰি এল অ চিত পি এল এৰ পাঁচ সৈনিক নিহত আৰু এঘাৰ জোৱান আহত হোৱা বুলি সদৰি কৰিছিল।

লগতে পঢ়ক :

২৫আসন দখলেৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে:পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details