অসম

assam

ETV Bharat / bharat

লক ডাউনঃ সুৰাৰ পান কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টা সুৰাপায়ীৰ - কৰ্ণাটক

লক ডাউনে বিপদ মাতিছে সুৰাপায়ীৰ বাবে । সোমবাৰে সুৰা সেৱন কৰিব নাপাই আত্মহত্যাৰ চেষ্টা চলাই কৰ্ণাটকৰ এজন ব্যক্তিয়ে ।

লক ডাউন
লক ডাউনঃ সুৰাৰ পান কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টা সুৰাপায়ীৰ

By

Published : Mar 30, 2020, 11:34 PM IST

Updated : Apr 11, 2020, 9:23 AM IST

নিউজ ডেস্ক, ৩০ মাৰ্চঃ কৰ্ণাটকত লক ডাউনৰ বাবে সুৰা পান কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টা এজন ব্যক্তিৰ । সোমবাৰে ঘটনা সন্দৰ্ভত মন্তব্য কৰিলে আৰক্ষীয়ে ।

আৰক্ষীৰ ভাষ্য অনুসৰি, কৰ্ণাটকৰ তুমকুৰু জিলাৰ মধুগীৰি অঞ্চলৰ নিবাসী ৪৮ বছৰীয়া হনুমানথপ্পা । ব্যক্তি গৰাকীয়ে সুৰা পান কৰিব নোপোৱাৰ বাবেই ডিঙিত আঘাট কৰি আত্মহত্যাৰ চেষ্টা চলাই । বৰ্তমান হনুমানথপ্পা বাংগালুৰুৰ এখন হাস্পতালত চিকি!সাধীন হৈ আছে । বিগত চাৰি দিন ধৰি সুৰাপান কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা চেষ্টা কৰে ব্যক্তিজনে ।

Last Updated : Apr 11, 2020, 9:23 AM IST

ABOUT THE AUTHOR

...view details