নেশ্যনেল ডেস্ক, 2 জুলাই : মহাৰাষ্ট্ৰৰ গোন্ধিয়া জিলাত সংঘটিত হ'ল অঘটন ৷ এটা কুঁৱাৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছৰ ফলত প্ৰাণ গ'ল চাৰিজনকৈ লোকৰ ৷
কুঁৱাৰ পৰা নিৰ্গত বিষাক্ত গেছৰ ফলত প্ৰাণ হেৰুৱালে চাৰিজনে - চাৰিজন লোকৰ মৃত্যু
মহাৰাষ্ট্ৰৰ গোন্ধিয়া জিলাত কুঁৱাৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছৰ ফলত প্ৰাণ গ'ল চাৰিজনকৈ লোকৰ ৷
কুঁৱাৰ পৰা নিৰ্গত বিষাক্ত গেছৰ ফলত প্ৰাণ হেৰুৱালে চাৰিজনে
ঘটনাৰ বিৱৰণী অনুসৰি, কুঁৱাৰ ভিতৰত কৰ্মৰত এজন লোক বিষাক্ত গেছৰ ফলত অসুস্থ অনুভৱ কৰে ৷ লোকজনক উদ্ধাৰৰ বাবে গৈ আন তিনিজন লোকেও প্ৰাণ হেৰুৱাব লগা হয় ৷
লগতে পঢ়ক :বিশ্বৰ সস্তীয়া COVID-19 প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ সাজু ভাৰত বায়'টেক