নেশ্যনেল ডেস্ক,2 জানুৱাৰী: প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা জালোৰ-সিৰোৰীৰ প্ৰাক্তন সাংসদ বুটা সিঙৰ পৰলোকপ্ৰাপ্তি ৷ দিল্লীৰ ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত শেষ নিঃশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে ৷ নেতাগৰাকীৰ মৃত্যুত সিৰোৰীত তেওঁৰ সমৰ্থকসকলে শোক প্ৰকাশ কৰিছে ৷ জালোৰ-সিৰোৰীৰ ক্ষেত্ৰত নেতাগৰাকীয়ে কৰি যোৱা বিভিন্ন উন্নয়নমূলক কাৰ্যসমূহ সোঁৱৰিছে দলীয় কৰ্মীসকলে ৷
প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী বুটা সিঙৰ পৰলোকপ্ৰাপ্তি - প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী বুটা সিং
শনিবাৰে দিল্লীৰ এইমছত শেষ নিঃশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী বুটা সিঙে ৷

প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী বুটা সিঙৰ পৰলোক প্ৰাপ্তি