সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীক - সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীক
উল্লেখ্য যে, পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হোৱাৰ ফলত বিগত বহু বছৰে হুইল চেয়াৰত আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷

সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীক
নিউজ ডেস্ক, 9 মেঃ শনিবাৰে পুৱা হঠাতে হাৰ্ট এটেক হোৱাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ ৷ ইতিমধ্যে ৰায়পুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ জানিব পৰা মতে অজিত যোগীৰ অৱস্থা সংকটজনক ৷
সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীক