অসম

assam

By

Published : May 30, 2019, 2:41 PM IST

Updated : May 30, 2019, 4:36 PM IST

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ সোঁত আন্তঃৰাষ্ট্ৰীয় নেতাৰ

আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মোডীৰ পদ আৰু গোপনীয়তাৰ শপতগ্ৰহণ অনুষ্ঠান ৷ অনুষ্ঠানলৈ স্ৰোত বইছে BIMSTECৰ সহযোগী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ ৷

222

নিউজ ডেস্ক, 30 মেঃ প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী ৷ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া মোডীৰ শপতগ্ৰহণলৈ সোঁত বইছে BIMSTECনেতাৰ ৷

প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ সোঁত আন্তঃৰাষ্ট্ৰীয় নেতাৰ

অধিক পঢ়কঃনতুন দিল্লীত উপস্থিত শ্ৰীলংকা আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতি

ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছ বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ, মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰভিন্দ কুমাৰ জুগনাউথ আৰু ভূটানৰ প্ৰধানমন্ত্ৰী লটে ছেৰিং ৷ ইয়াৰ উপৰিও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতিও ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে ৷ আটাইকেইগৰাকী শীৰ্ষ নেতাকে ভাৰত চৰকাৰৰ হৈ আদৰণি জনায় বৈদেশিক সচিব বিজয় গোখলেই ৷ আনহাতে এতিয়াও আহি পাবলৈ বাকী আছে থাইলেণ্ড, কাৰ্গিস্থান আৰু নেপালৰ ৰাষ্ট্ৰপ্ৰধান ৷

Last Updated : May 30, 2019, 4:36 PM IST

ABOUT THE AUTHOR

...view details