অসম

assam

ETV Bharat / bharat

ইম্ফলত তাংখুল সম্প্ৰদায়ৰ খাদ্য মেলা

ইম্ফলত তিনিদিনীয়া কাৰ্যসূচীৰে "খাদ্য মেলা" পালন ৷ মেলাত উপলব্ধ তাংখুল সম্প্ৰদায়ৰ বিভিন্ন সু-স্বাদ্যু খাদ্য ৷

Food festival organised in Imphal to give taste of rich Tangkhul cuisine
ইম্ফলত তাংখুল সম্প্ৰদায়ৰ খাদ্য মেলাৰ আয়োজন

By

Published : Dec 23, 2019, 1:00 PM IST

নিউজ ডেক্স, 23 ডিচেম্বৰ : মণিপুৰৰ ইম্ফলত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ল "খাদ্য মেলা" ৷ তাংখুল সম্প্ৰদায় সমৃদ্ধিশালী বংশই উদযাপন কৰে এই উৎসৱটি ৷ থলুৱা খাদ্য উপভোগ কৰিবলৈ বিভিন্ন লোকে যোগদান কৰে খাদ্য মেলাত ৷ মুঠ 15 খন দোকানত সু-স্বাদ্য খাদ্যৰে ভৰি আছিল খাদ্য মেলাত ৷ এজন ব্যৱসায়ীৰ মন্তব্য "এই উৎসৱ আয়োজনৰ মূল উদ্দেশ্য হৈছে তাংখুল সম্প্ৰদায়ৰ সুস্বাদ্যু খাদ্য পৰ্যটকৰ আগত প্ৰদৰ্শন কৰা ৷ " খাদ্য মেলাত উপলব্ধ আছে তাংখুল সম্প্ৰদায়ৰ বিভিন্ন খাদ্য ৷ পর্যটন বিভাগৰ সহযোগিতাত ল্যাঙ্গেই ইন্টাৰন্যশনেলে আয়োজন কৰিছে খাদ্য মেলাৰ ৷

ইম্ফলত তাংখুল সম্প্ৰদায়ৰ খাদ্য মেলাৰ আয়োজন

ABOUT THE AUTHOR

...view details