অসম

assam

ETV Bharat / bharat

আহি পালে AH-64 Apache!!

8 খন AH-64 Apache হেলিকপ্টাৰ পাথানকোট এয়াৰ পৰ্ট ষ্টেচনত উপস্থিত হ’ব ৷

আহি পালে AH-64 Apache!!

By

Published : Jul 27, 2019, 7:35 PM IST

Updated : Jul 27, 2019, 8:10 PM IST

নিউজ ডেস্ক, 27 জুলাই: সোমবাৰে বয়িং য়ে ভাৰতীয় বায়ু সেনাৰ বাবে ভাৰতৰ প্ৰথম 4 খন AH-64 Apache হেলিকপ্টাৰ হিন্দন এয়াৰ পৰ্ট ষ্টেচনত আহি উপস্থিত হোৱা বুলি ঘোষণা কৰে ৷ অহা সপ্তাহত আৰু 4 খন AH-64 Apache আহি পাব বুলি জানিবলৈ দিয়ে সংস্থাটোৱে ৷

ইয়াৰ পিছত আন 8 খন AH-64 Apache পাথানকোট এয়াৰ পৰ্ট ষ্টেচনত উপস্থিত হ’ব ৷ AH-64 Apache হৈছে বিশ্বৰ আতাইতকৈ অত্যাধুনিক 'multi-role combat' হেলিকপ্টাৰ ৷

Last Updated : Jul 27, 2019, 8:10 PM IST

ABOUT THE AUTHOR

...view details