নেশ্যনেল ডেক্স,8 ফেব্ৰুৱাৰীঃ মুম্বাইৰ কালাচৌকী অবুদয় নগৰৰ মিলন ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ৷ 7 মহলীয়া অট্টালিকাটোৰ পঞ্চম মহলাত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ পাঁচটা ফায়াৰ ইঞ্জিন আৰু 4 টা পানীৰ টেংকিৰে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে ৷ মুম্বাই ফায়াৰ ডিপাৰ্টমেন্টে জনোৱা অনুসৰি সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে ৷
মুম্বাইৰ মিলন ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ অট্টালিকাত অগ্নিকাণ্ড - মিলন ইণ্ডাচট্ৰিয়েল এষ্টেট মুম্বাই
মুম্বাইৰ কালাচৌকী অবুদয় নগৰৰ মিলন ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ৷ 7 মহলীয়া অট্টালিকাটোৰ 5ম মহলাত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় ৷
![মুম্বাইৰ মিলন ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ অট্টালিকাত অগ্নিকাণ্ড fire has broken out at Milan Industrial Estate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5999337-thumbnail-3x2-m.jpg)
মুম্বাইৰ মিলন ইণ্ডাচট্ৰিয়েল এষ্টেটৰ অট্টালিকাত অগ্নিকাণ্ড
মুম্বাইৰ মিলন ইণ্ডাচট্ৰিয়েল এষ্টেটৰ অট্টালিকাত অগ্নিকাণ্ড