নিউজ ডেস্ক, ১২ জুন :লক ডাউনৰ মাজতে শুক্ৰবাৰে কলকাতা চহৰৰ বুৰবাজাৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে নিমিষতে অগ্নিকাণ্ডই সমগ্ন অঞ্চল চানি ধৰিছিল। অগ্নি নিৰ্বাপন কৰিবলৈ চাৰিখন অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ীয়ে চেষ্টা অব্যাহত ৰাখিছিল ।
কলকাতাত গুদামৰ পৰা জুইৰ সূত্ৰপাত ঘটি ভয়ংকৰ অগ্নিকাণ্ড - অগ্নিকাণ্ড সংঘটিত হয়
কলকাতা চহৰৰ বুৰবাজাৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । গুদামৰ পৰা জুই নিৰ্বাপিত হৈ অগ্নিকাণ্ড সংঘটিত হয় ।

fire-breaks-out-at-godown-in-kolkata
এগৰাকী লোক জনোৱা অনুসৰি,শুক্ৰবাৰে ৰাতিপুৱা ১১ মান বজাত জুই লাগি অগ্নিকাণ্ড সংঘটিত হয় । কিন্তু বৰ্তমানলৈ অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই ।
কলকাতাত গুদামৰ পৰা জুইৰ সূত্ৰপাত ঘটি ভয়ংকৰ অগ্নিকাণ্ড
লগতে পঢ়ক : গোপনে সৰবৰাহ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী !