অসম

assam

নয়দাত ৱেৰহাউছত অগ্নিকাণ্ড

By

Published : Jun 17, 2020, 3:17 PM IST

যান্ত্ৰিক বিজুতিৰ ফলত Yamaha অট'মবাইল কোম্পানীত অগ্নিকাণ্ড ঘটনা সংঘতিত হয় নয়দাত।

নয়দাত ৱেৰহাউছত অগ্নিকাণ্ড
নয়দাত ৱেৰহাউছত অগ্নিকাণ্ড

নিউজ ডেস্ক,১৭জুনঃবুধবাৰে পুৱতি নিশা গ্ৰেটাৰ নয়দাত এটা ৱেৰ হাউছৰ অট'মবাইল কোম্পানীত যান্ত্ৰিক বিজুতিৰ ফলত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । বৰ্তমানলৈকে অগ্নিকাণ্ডৰ ফলত এজনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

নয়দাত ৱেৰহাউছত অগ্নিকাণ্ড

ইপিনে অগ্নিনিৰ্বাপক বাহিনীৰ ১২ খন কৈ গাড়ী উপস্থিত হৈ পুৱা ৮ বজালৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ মূল্যৰ সম্পত্তি জুইত জাহ যায় ।

নয়দাত ৱেৰহাউছত অগ্নিকাণ্ড

লগতে পঢকঃ দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ পুনৰ সম্পন্ন হ'ব কোভিড-১৯ পৰীক্ষা

ABOUT THE AUTHOR

...view details