অসম

assam

ETV Bharat / bharat

বিশাখাপট্টনাম বন্দৰৰ এখন জাহাজত অগ্নিকাণ্ডঃ আহত 5

29 জন কৰ্মচাৰীৰে অসামৰিক কামৰ বাবে সাগৰলৈ যাত্ৰা কৰা এখন জাহাজত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় ৷

By

Published : Aug 12, 2019, 3:16 PM IST

Updated : Aug 12, 2019, 3:39 PM IST

বিশাখাপট্টনাম বন্দৰ

নিউজ ডেস্ক, 12 আগষ্টঃ অন্ধপ্ৰদেশৰ বিশাখাপট্টনাম বন্দৰৰ এখন জাহাজত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ 29 জন কৰ্মচাৰীৰে অসামৰিক কামৰ বাবে সাগৰলৈ যাত্ৰা কৰা এখন জাহাজত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় ৷ ফলত আত্মৰক্ষাৰ বাবে পানীলৈ জপিয়াই দিয়ে বহু কেইজন কৰ্মীয়ে ৷ ইতিমধ্যে 28 জন কৰ্মীক ভাৰতীয় উপকূলীয় আৰক্ষীয়ে উদ্ধাৰ কৰিছে যদিও এজন কৰ্মী বৰ্তমানেও সন্ধানহীন হৈ আছে ৷ বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা যোৱা নাই ৷

Last Updated : Aug 12, 2019, 3:39 PM IST

ABOUT THE AUTHOR

...view details