অসম

assam

ETV Bharat / bharat

এছ এফ জেৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত পঞ্জাৱৰ ৪ জন লোকলৈ NIAৰ জাননী

পঞ্জাৱৰ ৪ জন ব্যক্তিলৈ NIAৰ জাননী জাৰি । 'ন্যায়ৰ বাবে শিখ' নামৰ সংগঠনটোৰে এই লোককেইজনৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছে NIAই ।

By

Published : Jan 15, 2021, 4:16 PM IST

এছ এফ জেৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ, পঞ্জাৱৰ ৩ জন লোকলৈ NIAৰ জাননী
এছ এফ জেৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ, পঞ্জাৱৰ ৩ জন লোকলৈ NIAৰ জাননী

নেশ্যনেল ডেস্ক, ১৫ জানুৱাৰী: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই শুক্ৰবাৰে পঞ্জাৱৰ ৪ জন ব্যক্তিলৈ জাননী জাৰি কৰিছে । স্বাধীন পঞ্জাৱৰ দাবী জনাই অহা 'ন্যায়ৰ বাবে শিখ' নামৰ সংগঠনটোৰ সৈতে এই লোককেইজনৰ সম্পৰ্ক থকা সন্দেহ কৰা হৈছে । পঞ্জাৱক স্বাধীন কৰি খালিস্তান হিচাপে নামাকৰণ কৰাৰ বাবে সংগ্ৰাম চলাই আহিছে সংগঠনটোৱে ।

এছ এফ জেৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ, পঞ্জাৱৰ ৩ জন লোকলৈ NIAৰ জাননী

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই জাননী জাৰি কৰা লোককেইজনে দিল্লীত অব্যহত থকা কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কৃষকক দিল্লীলৈ যোৱাৰ বাবে বাছৰ ব্যৱস্থা কৰি দিছিল । এই সন্দৰ্ভত বিস্তৃত তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা । এতিয়ালৈকে লোককেইজনৰ নাম প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক:কৃষক বিদ্ৰোহৰ অন্ত পোলাবলৈ হ'লে কৃষি আইন বাতিল কৰিব লাগিবঃ ভূপেশ বাঘেল

ABOUT THE AUTHOR

...view details