নতুন দিল্লী, 19 মে’: ক্ৰিপ্টোকাৰেঞ্চীৰ ক্ষেত্ৰত প্ৰবেশ কৰিবৰ মন ফেচবুকৰ ৷ ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰা হৈছে চুইজাৰলেণ্ডৰত ৷ এই তথ্য চুইজাৰলেণ্ডৰ এক সংবাদ প্ৰতিষ্ঠানৰ ৷ এই তথ্য অনুসৰি ফেচবুকে লিব্ৰা নেটৱক্স নামেৰে জেনেভাত এক প্ৰতিষ্ঠান আৰম্ভ কৰিছে য়িয়ে ক্ৰিপ্টোকাৰেঞ্চী বনোৱাত সহায় কৰিব ৷
লিব্ৰা নেটৱক্সৰ জড়িয়তে ক্ৰিপ্টোকাৰেঞ্চীৰ ক্ষেত্ৰত প্ৰবেশ কৰিব ফেচবুকে - লিব্ৰা নেটৱক্স
ফেচবুকে লিব্ৰা নেটৱক্স নামেৰে জেনেভাত এক প্ৰতিষ্ঠান আৰম্ভ কৰিছে য়িয়ে ক্ৰিপ্টোকাৰেঞ্চী বনোৱাত সহায় কৰিব ৷
লিব্ৰা নেটৱক্সৰ জড়িয়তে ক্ৰিপ্টোকাৰেঞ্চীৰ ক্ষেত্ৰত প্ৰবেশ কৰিব ফেচবুকে
লগতে পঢ়ক: গুৰুজনাৰ বৰ অসমত সামাজিকভাৱে নিষিদ্ধ দুটা পৰিয়াল,প্ৰৱেশ কৰিব নোৱাৰিব নামঘৰত...
প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আয়াৰলেণ্ডৰ ফেচবুক গ্লবেল হল্ডিংচ II যিয়ে ক্ৰিপ্টোকাৰেঞ্চীৰ চফ্টৱেৰ আৰু হাৰ্ডৱেৰ আৰু অন্যান্য বৈদ্যুতিক মুদ্ৰাৰ লগত জড়িত কাৰ্য যেনে ধন আদায় দিয়া, ফাইনাঞ্চ, আয়ডেনটিটি মেনেজমেন্ত, এনেলাইটিক্স আৰু ব্লকচেইনত সহায় কৰিব ৷