অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ব নেকি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং?

ৰাজ্যসভাৰ সাংসদ মদন লাল চৈনিৰ মৃত্যু হোৱাৰ পিছত খালি হোৱা ৰাজ্যসভাৰ সাংসদ পদৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং৷

ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ব নেকি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং?

By

Published : Jul 2, 2019, 3:22 PM IST

Updated : Jul 2, 2019, 4:14 PM IST

জয়পুৰ, 2 জুলাই: ৰাজস্থানৰ বিজেপি সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ মদন লাল চৈনিৰ মৃত্যু হোৱাৰ পিছত খালি হোৱা ৰাজ্যসভাৰ সাংসদ পদৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং৷ জুন মাহত নিৰ্বাচন আয়োগে 6 খন আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰিছিল৷ মদন লাল চৈনিৰ আসনখনৰ বাবে নিৰ্বাচন 2020 চনত হোৱা কথা আছিল যদিও সাংসদগৰাকীৰ মৃত্যু হোৱাৰ বাবে নিৰ্বাচন 6 মাহ আগুৱাই দিয়া হৈছে৷

Last Updated : Jul 2, 2019, 4:14 PM IST

ABOUT THE AUTHOR

...view details