অসম

assam

ETV Bharat / bharat

CBSE ৰ মূল্যায়ন প্ৰক্ৰিয়াত সহমত উচ্চতম ন্যায়ালয়ৰ - CBSEৰ মূল্যায়ন প্ৰক্ৰিয়াত সহমত উচ্চতম ন্যায়ালয়ৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে সম্পূৰ্ণ নোহোৱা বিষয়সমূহৰ ফলাফলসমূহ প্ৰথমে হৈ যোৱা পৰীক্ষাৰ ভিত্তিত তথা মূল্যায়ন প্ৰক্ৰিয়াৰ দ্বাৰা সাজু কৰিব ৷ 15 জুলাইত ঘোষণা কৰা হ'ব ফলাফল ৷

Should CBSE have a Plan B?
CBSE ৰ মূল্যায়ন প্ৰক্ৰিয়াত সহমত উচ্চতম ন্যায়ালয়ৰ

By

Published : Jun 27, 2020, 6:15 PM IST

নিউজ ডেস্ক, 27 জুনঃ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) ৰ মূল্যায়ন প্ৰক্ৰিয়াত সহমত প্ৰদান কৰি দ্বাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষাক অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অসম্পূৰ্ণ বিষয়সমূহৰ ফলাফলসমূহ প্ৰথমে হৈ যোৱা পৰীক্ষাৰ ভিত্তিত তথা মূল্যায়ন প্ৰক্ৰিয়াৰ দ্বাৰা সাজু কৰিব ৷ 15 জুলাইত ঘোষণা কৰা হ'ব ফলাফল ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে শিক্ষাবিদ তথা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) ৰ প্ৰাক্তন অধ্যক্ষ অশোক গাংগুলীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ....

ABOUT THE AUTHOR

...view details