অসম

assam

ETV Bharat / bharat

কোভিড -১৯ পৰীক্ষাৰ হাৰ সম্বন্ধে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ - উচ্চতম ন্যায়লয়

মহামান্য উচ্চতম ন্যায়লয়ে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক ঐক্যবদ্ধ ভাৱে কোভিড ১৯ পৰীক্ষা কৰিছেনে নাই কোভিড ১৯ পৰীক্ষাৰ শতকৰা হাৰ কিমান সকলো বোৰ বিষয়ে ন্যায়ালয়ক জনাবলৈ কয় ।

কোভিড -১৯ পৰীক্ষাৰ হাৰ সম্বন্ধে প্ৰশ্ন কেন্দ্ৰীচৰকাৰক উচ্চতম ন্যায়লয়ৰ
কোভিড -১৯ পৰীক্ষাৰ হাৰ সম্বন্ধে প্ৰশ্ন কেন্দ্ৰীচৰকাৰক উচ্চতম ন্যায়লয়ৰ

By

Published : Jun 19, 2020, 5:55 PM IST

নিউজ ডেস্ক,১৯জুনঃভাৰতীয় উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক দেশত ক'ৰণা পৰীক্ষাৰ হাৰ,ৰাজ্য সমূহক কেন্দ্ৰীয় চৰকাৰে কি দৰে সহায় সহযোগিতা কৰিছে ৰাজ্য চৰকাৰ সমূহক সেই বিষয়ে ক্ষতিয়ান দাঙি ধৰিবলৈ কয় । কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰে যে আমি যিমান পাৰি সিমান ৰাজ্য চৰকাৰ সমূহক পৰীক্ষা কৰি যাবলৈ আহ্বান জনাইছো আৰু কেন্দ্ৰীয় চৰকাৰে যিমান পাৰি সিমান সহায়ৰ হাত আগবঢাইছো বুলি ন্যায়ালয়ক জনায় । আনহাতে মহাৰাষ্ট্ৰত সকলোত কৈ বেছি ক'ৰণা পৰীক্ষা কৰি থকা হৈছে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায় সহযোগিতা কৰিছে বুলি উল্লেখ কৰে । ন্যায়ালয়ে এনে পদক্ষেপ শলাগ লৈছে ।

কোভিড -১৯ পৰীক্ষাৰ হাৰ সম্বন্ধে প্ৰশ্ন কেন্দ্ৰীচৰকাৰক উচ্চতম ন্যায়লয়ৰ

ইপিনে ন্যায়ধীশ অশোক ভূষণ আৰু এম আৰ শ্বাহ আদালতে ভালদৰে ক'ৰণা আক্ৰান্ত ৰোগীৰ চিকিৎসা আৰু ক'ৰণাত মৃত্যু হোৱা ব্যক্তিসকলৰ মৃতদেহৰ অৱহেলাৰ গোচৰ সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰে । লগতে বিভিন্ন ৰাজ্যত ক'ৰণা সংক্ৰান্তত সংঘটিত হৈ থকা ঘটনাবোৰ বিষয়ে ন্যায়ালয়ে গুৰুত্ব সহকাৰে লৈ কেতবোৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰে ।

লগতে পঢকঃ ২ মিলিয়ন কোভিড-১৯ৰ ভেকচিন প্ৰস্তুতি অহা বছৰলৈ সম্পূৰ্ণ হ'ব : বিশ্ব স্বাস্থ্য সংস্থা

ABOUT THE AUTHOR

...view details