কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শ্ৰীনগৰত শতাধিক লোকৰ ঈদৰ নামাজ - নামাজ
শ্ৰীনগৰত শতাধিক লোকে মহল্লা মজিদসমূহত সমবেত হৈ নামাজ আদা কৰে ৷
![কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শ্ৰীনগৰত শতাধিক লোকৰ ঈদৰ নামাজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4112418-thumbnail-3x2-srijpeg.jpg)
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শ্ৰীনগৰত শতাধিক লোকৰ ঈদৰ নামাজ
নিউজ ডেস্ক, 12 আগষ্টঃ সান্ধ্য আইনক নেওচি কাশ্মীৰত শতাধিক লোকৰ ঈদৰ নামাজ ৷ শতাধিক লোকে ভিৰ কৰে মছজিদসমূহত ৷ শ্ৰীনগৰত শতাধিক লোকে মহল্লা মছজিদসমূহত সমবেত হৈ নামাজ আদা কৰে ৷