সদনত বাজেট অধিৱেশনৰ প্ৰথম দিনাই দাখিল হ'ল 2019-20 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন ৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সমীক্ষাৰ প্ৰতিবেদন বিয়লি ভাগত পাঠ কৰিব ৷ 1 ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰীয়ে আগন্তক বিত্তবৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব ৷
সদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন
1 ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰীয়ে আগন্তক বিত্তবৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব ৷
সদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন
অহা 11 ফেব্ৰুৱাৰীলৈ চলিবলগীয়া প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশনৰ পিছত পুনৰ অহা 2 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ চলিব এই অধিৱেশনৰ কাৰ্যক্ৰমণিকা ৷