অসম

assam

ৰাজস্থানৰ বিকানেৰত ভূমিকম্পৰ জোকাৰণি

By

Published : Jun 13, 2020, 9:11 PM IST

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্রাৱল্য আছিল ৪.৩ মেগনেটিউড । ভূমিকম্পৰ ফলত কোনো লোক হতাহত তথা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা কথা জানিব পৰা হোৱা নাই

earthquake felt in Rajathan bikaner
ৰাজস্থানৰ বিকানেৰত ভূমিকম্পৰ জোকাৰণি

ৰাজস্থান, ১৩ জুন :ৰাজস্থানৰ বিকানেৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত শনিবাৰে অনুভূত হয় ভূমিকম্পৰ জোকাৰণি । পুৱা ১০.২৬ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্রাৱল্য আছিল ৪.৩ মেগনেটিউড ।

ৰাজস্থানত অনুভূত ভূমিকম্পৰ জোকাৰণি
ৰাজস্থানত অনুভূত ভূমিকম্পৰ জোকাৰণি

ভূমিকম্পৰ ফলত কোনো লোক হতাহত তথা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা কথা জানিব পৰা হোৱা নাই ।

ABOUT THE AUTHOR

...view details